সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বীজ ৰোপন কৰা ব্যক্তি
উদাহরণ : ৰোপকে খেতিত বীজ ছটিয়াই আছে
সমার্থক : ৰোপনকর্তা
অর্থ : ৰোপন কৰা ব্যক্তি
উদাহরণ : খেতিয়কজনে দুজন ৰোপক লৈ পথাৰলৈ গৈছে
অর্থ : বীজ ৰোপন কৰোতা
উদাহরণ : ৰোপক ব্যক্তিয়ে পথাৰত বীজ ৰুই আছে
অর্থ : যি ৰোপন কৰে
উদাহরণ : ৰোপক শ্রমিকে খেতি পথাৰত ধান ৰুই আছে
ইনস্টল