অর্থ : আয়-ব্যয় আদিৰ বিৱৰণ
উদাহরণ :
বেংক কর্তৃপক্ষই প্রতিমাহতে হিচাপ-নিকাচ কৰে
সমার্থক : হিচাপ, হিচাব, হিচাব-নিকাচ
অর্থ : কোনো বস্তু, কাম আদিৰ বিৱৰণ
উদাহরণ :
এই পুৰণি মন্দিৰটোৰ হিচাব-নিকাচ পূজাৰীৰ হাতত আছে
সমার্থক : লেখ-জোখ, হিচাব-নিকাচ