সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পঞ্জাবৰ এখন প্রাচীন নদী
উদাহরণ : সৰস্বতী এতিয়া লুপ্ত হৈ গʼল সৰস্বতীৰ গণনা ভাৰতৰ ডাঙৰ নদীবোৰৰ ভিতৰত হয়
সমার্থক : সিন্ধুমাতা
অর্থ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
উদাহরণ : সৰস্বতীৰ বাহন হংস
সমার্থক : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বাণী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, হংসবাহিনী, হংসাৰূহা
ইনস্টল