সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শুদ্ধ বা ভ্রমহীনভাৱে দেখা পোৱা
উদাহরণ : শিক্ষকজনে ব্লেকবʼর্ডত ্ পাচনতন্ত্রৰ ছবি স্পষ্টকৈ আঁকি বুজাই দিলে
সমার্থক : জলজল পটপট, দেখদেখ, প্রকট, পৰিষ্কাৰ, পৰিস্ফুট, ফটফটীয়া, স্বচ্ছ
অর্থ : যিটো ভালকৈ বুজা যায়
উদাহরণ : এই কবিতাটোৰ ভাবটো স্পষ্ট নহয়
সমার্থক : জলজল পটপট, পৰিষ্কাৰ
ইনস্টল