অর্থ : যাক নিজৰ স্থানৰ পৰা আঁ্তৰাই পঠোৱা হৈছে
উদাহরণ :
স্থানচ্যুতৰ পুনর্বাস সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই
অর্থ : কোনো বস্তুক নিজৰ স্থানৰ পৰা আঁ্তৰাই দিয়া কার্য
উদাহরণ :
কৃত্রিম উপগ্রহক ৰকেটৰ জৰিয়তে স্থানচ্যুত কৰা হয়
অর্থ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
উদাহরণ :
তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
সমার্থক : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানান্তৰিত