অর্থ : যি বাদ্য বায়ুৰে হেঁ্চা প্রয়োগ কৰি বা জোৰ দি বজোৱা হয়
উদাহরণ :
বাঁহী এবিধ সুষিৰ বাদ্য
সমার্থক : ফুঁক ্বাদ্য, সুষিৰ বাদ্য
অর্থ : যʼত ছিদ্র বা ফুটা আছে
উদাহরণ :
চালনী ছিদ্রযুক্ত
সমার্থক : ছিদ্রময়, ছিদ্রযুক্ত, সছিদ্র, ৰন্ধ্রযুক্ত