সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
উদাহরণ : আপোনাৰ সংগই মোৰ বাবে আনন্দ
সমার্থক : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক
অর্থ : যিয়ে আনন্দ প্রদান কৰে
উদাহরণ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
সমার্থক : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়
অর্থ : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
উদাহরণ :
সমার্থক : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী
অর্থ : সুখ বা আনন্দ দিওতাঁ
উদাহরণ : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
সমার্থক : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী
ইনস্টল