সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী
উদাহরণ : সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়
সমার্থক : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, মৈথিলী
অর্থ : হালবোৱাৰ সময়ত নাঙলৰ ফালে সৃষ্টি কৰা ৰেখা বিশেষ
উদাহরণ : কৃষকে সীৰলুত বীজৰোপণ কৰি আছে
সমার্থক : সীৰলু
ইনস্টল