সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাম-বন শেষ হোৱা
উদাহরণ : সভাখন উঠি গʼল বজাৰ উঠি গʼল
সমার্থক : উঠা, উঠি যোৱা, শেষ হোৱা
অর্থ : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
উদাহরণ : বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
সমার্থক : নির্মূল ্হোৱা, শেষ হোৱা
অর্থ : সমাপ্ত হোৱা
উদাহরণ : এই সংস্থাত আপোনাৰ সদস্যকাল সমাপ্ত হʼল
সমার্থক : শেষ হোৱা
অর্থ : কোনো কার্য আদি পূর্ণ ্হোৱা
উদাহরণ : ছোৱালীজনীৰ বিয়াখন ভালদৰেই অন্ত পৰিল
সমার্থক : অন্ত পৰা
ইনস্টল