অর্থ : কোনো বিভাগ, সংগঠন আদিৰ অধিকাৰী যাৰ পৰামর্শ মতে সকলো কাম হয়
উদাহরণ :
তেওঁৰ ্ দেউতাক মন্ত্রালয়ৰ সচিব
সমার্থক : চেক্রেটাৰী
অর্থ : মালিক বা কোনো সংস্থাৰ কিতাপ-পত্র বা লেখা-মেলা সম্বন্ধীয় কার্যৰ সহায়ক
উদাহরণ :
মোহনক এই উপসমিতিখনৰ সম্পাদক কৰা হʼল
সমার্থক : সম্পাদক