সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি শুই আছে বা নিদ্রাত আছে
উদাহরণ : শোৱাজনক নজগাবা
সমার্থক : সুপ্ত
অর্থ : শোৱা কার্য
উদাহরণ : শোৱাৰ কাৰণে ৰাতিৰ সৃষ্টি হৈছে
সমার্থক : শয়ন
অর্থ : দেহ আৰু মগজুক বিশ্রাম দিবৰ বাবে টোপনি গৈ থকা অৱস্থা
উদাহরণ : দিনটোৰ পৰিশ্ৰমৰ অন্তত সি সোনকালে শুলে দিনত টোপনি যোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী
সমার্থক : ঘুমটি অহা, টোপনি যোৱা, নিদ্রা অহা
ইনস্টল