অর্থ : মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য
উদাহরণ :
দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল
সমার্থক : অনন্তধামলৈ গতি কৰা, আয়ু বেলি মাৰ যোৱা, ইহলীলা সম্বৰণ কৰা, কাল হোৱা, চকু মুদা, চাউল উকলা, জীৱ বাজ হোৱা, জীৱ যোৱা, জীৱন বন্তি নুমাই যোৱা, ঢুকোৱা, দেহা পেলোৱা, দেহান্তৰ ঘটা, ধাতু বাজ হোৱা, পাৰ হোৱা, প্রাণ যোৱা, পৰপাৰলৈ গতি কৰা, পৰপাৰলৈ গমন কৰা, পৰলোকগামী হোৱা, বৈকুণ্ঠগামী হোৱা, মুক্তি লাভ কৰা, মৃত্যু হোৱা, মোক্ষ লাভ কৰা, মৰা, শেষ নিশ্বাস লোৱা, সিপাৰ হোৱা, সিফলীয়া হোৱা, স্বর্গগ্ামী হোৱা, স্বর্গী হোৱা, সৰকা, হাড় পেলোৱা