অর্থ : নিজকে শুদ্ধ কৰিবৰ বাবে তী্র্থ আদিৰ জল নিজৰ গাত চটিওৱা কার্য
উদাহরণ :
পূজাৰ আগতে পৱিত্র কৰা হয়
সমার্থক : পৱিত্র
অর্থ : যিটো ভুল নহয়
উদাহরণ :
শুদ্ধ বাক্যৰ ওপৰত শুদ্ধ চিন লগাওক
অর্থ : ভেজাল নাইকিয়া ভাল বস্তু
উদাহরণ :
আজিকালি বজাৰত খাতি বস্তু পাবলৈ নাই
সমার্থক : অবিমিশ্রিত, আঁভজুৱা, আচল, খাটি, নির্ভেজ্াল, নি্ভঁজুৱা, নি্ভাঁজ বিশুদ্ধ