সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কার্য আদিত ৰত হোৱা
উদাহরণ : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
সমার্থক : ব্যস্ত হোৱা, লগা
অর্থ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
উদাহরণ : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
সমার্থক : কৰা
অর্থ : কামত লিপ্ত হোৱা
উদাহরণ : মই দিনটো এই প্রশ্নটোতে লাগি থাকিলো
ইনস্টল