অর্থ : কাৰোবাৰ পুত্র বা কন্যা
উদাহরণ :
মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য
সমার্থক : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, পোৱালি, বেটা-বেটী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান
অর্থ : কম বয়সীয়া লʼৰা বা ছোৱালী
উদাহরণ :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
সমার্থক : বাচ্চা, বালক-বালিকা, শিশু, সৰু লʼৰা-ছোৱালী