সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি সময়ত কোনো লোক জোৱান হয়
উদাহরণ : তেওঁ নিজৰ গোটেই যৌৱন নিচাজাতীয় দ্রৱ্য সেৱন কৰিয়েই পাৰ কৰি দিলে
সমার্থক : তৰুণকাল, যুৱাৱস্থা, যৌৱনকাল
অর্থ : বাল্যাৱস্থা আৰু বৃদ্ধাৱস্থাৰ মাজৰ কালছোৱা বা যুৱক হোৱা অৱস্থা
উদাহরণ : মনোহৰৰ যৌৱন ভটিয়াবলৈ ধৰিছে
সমার্থক : তৰুণতা, যৌৱনকাল, যৌৱনাৱস্থা, সাবালকত্ব
ইনস্টল