সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ধৰণে সম্ভৱ হয়
উদাহরণ : যেনেদৰেই হওক মোৰ কামটো কাইলৈ হৈ যাব লাগিব
সমার্থক : যেনে ধৰণে, যেনেকৈ
অর্থ : যি ক্রমেৰে
উদাহরণ : যেনেদৰে পৰীক্ষাৰ সময় চমু চাপি আহিল তেনেদৰে, ভয় ভাবো বাঢ়ি আহিল
সমার্থক : যিদৰে, যেনেকৈ
ইনস্টল