অর্থ : দুই বা ততোধিক দেশে পৰস্পৰৰ মাজত হোৱা যুদ্ধ ত্যাগ কৰি শান্তিৰ প্রয়াস চলোৱা এক অৱস্থা
উদাহরণ :
ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধবিৰতিৰ প্রচেষ্টা অথলে গʼল
সমার্থক : অস্ত্র বিৰতি, অস্ত্র-বিৰতি, অস্ত্রবিৰতি, যুদ্ধ বিৰতি, যুদ্ধ-বিৰতি, যুদ্ধবিৰতি