সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি
উদাহরণ : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে
সমার্থক : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি
অর্থ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য
উদাহরণ : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল
সমার্থক : যুঁজ, যুদ্ধ, যুদ্ধ-বিগ্রহ, লৰাই, সংঘর্ষ, সমৰ, ্সংগ্রাম, ৰণ
ইনস্টল