সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ব্যৱস্থা কৰা কার্য ্বা ভাব
উদাহরণ : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত
সমার্থক : আয়োজন, ব্যৱস্থাপনা, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা
অর্থ : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা
উদাহরণ : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে
সমার্থক : আয়োজন, বন্দৱস্ত, যো-জা
ইনস্টল