অর্থ : মৰিছাছৰ নিবাসী
উদাহরণ :
মৰিছাছবাসী সকলৰ ভাৰতৰ প্রতি টান আছে
সমার্থক : মৰিছাছ বাসী, মৰিছাছ-বাসী, মৰিছাছবাসী
অর্থ : মৰিছাছ সৈতে সম্পর্কীত বা মৰিছাছৰ
উদাহরণ :
মৰিছিয়ান হিন্দুসকলে নিজৰ সংস্কৃতিক সযতনে ৰাখিছে
সমার্থক : মৰিছাছ সম্বন্ধী