সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
উদাহরণ : সাধুসকল মোহত নপৰে
সমার্থক : মমতা
অর্থ : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
উদাহরণ : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
সমার্থক : প্রলোভ, লালচ, লালসা, লিপ্সা, লোভ
ইনস্টল