সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সূতা, ৰেচম আদিৰ গুচ্চ
উদাহরণ : শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
সমার্থক : মুঠি
অর্থ : কোনো বস্তু একেলগ কৰি মেৰিয়াই লোৱা বা একমুঠ কৰি লোৱা সংগ্রহ
উদাহরণ : তেওঁ ্বজাৰ পৰা চাৰি মুঠা জুইশলা আনিলে
সমার্থক : আটি, কোছা, পোলা
অর্থ : একে ঠাইতে লাগি থকা বা বান্ধ খাই থকা সৰু বস্তুৰ সমূহ
উদাহরণ : নাজানো চাবিৰ কোছাটো কʼতনো হেৰাল ?
সমার্থক : কোছা, গুচ্ছ
ইনস্টল