অর্থ : কিহবাৰ সৈতে মিলি থকা কার্য
উদাহরণ :
তেল পানীত কেতিয়াও নিমিহলে
সমার্থক : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি হোৱা, সংমিশ্রিত হোৱা
অর্থ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
উদাহরণ :
আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
সমার্থক : ঘোলা, মিশ্রিত কৰা, মিহলোৱা, সংমিশ্রিত কৰা