সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আভূষণ আদিত লগোৱা এবিধ বহুমূলীয়া উজ্জ্বল খনিজ পদার্থ
উদাহরণ : হীৰা, পান্না, মুকুতা আদি মূল্যৱান ৰত্ন
সমার্থক : জহৰত, জহৰৎ, বাখৰ, মাণিক্য, ৰতন, ৰত্ন, ৰত্নমণি, ৰত্নমাণিক
অর্থ : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
উদাহরণ : সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
সমার্থক : মণি, মণি-মাণিক্য
ইনস্টল