সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রায় সকলো ঠাইতে পোৱা উৰিব পৰা এবিধ সৰু পতঙ্গ
উদাহরণ : চাফ-চিকুণ নোহোৱাৰ কাৰণে গোটেই ঘৰখনত মাখিয়ে ভেন-ভেনাই আছে
সমার্থক : মক্ষিকা
অর্থ : যিকোনো বস্তুত সাধাৰণতে উৰি আহি পৰা এবিধ কʼলা বৰণীয়া দুখন পাখি থকা পতঙ্গ!
উদাহরণ : গোবৰত মাখিবোৰে ভুনভুনাই আছে
সমার্থক : মক্ষিকা, মক্ষী
ইনস্টল