সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰজাৰ পত্নী
উদাহরণ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
সমার্থক : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
অর্থ : কোনো সাম্রাজ্যৰ মহিলা শাসক বা অধিকাৰী:ভাৰতৰ ইতিহাসত কোনো প্রসিদ্ধ সম্রাজ্ঞীৰ উল্লেখ পোৱা নাযায়
উদাহরণ :
সমার্থক : চুলতানা, সম্রাজ্ঞী, সাম্রাজ্য অধিকাৰিণী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী
ইনস্টল