সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
উদাহরণ : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
সমার্থক : পৰামর্শ, মতামত, ্ৰায়
অর্থ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
উদাহরণ : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
সমার্থক : আলোচনা, আলোচনা-বিলোচনা, টীকা-টিপ্পনী
ইনস্টল