অর্থ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
উদাহরণ :
আইতাই ককাক ইংগিতেৰে মাতি আছে
অর্থ : আমন্ত্রণ জনোৱা
উদাহরণ :
তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
সমার্থক : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
অর্থ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
উদাহরণ :
ৰাতিপুৱা চৰায়ে মাতে
অর্থ : কোনো পৰিচিতৰ লগত কথা কোৱা
উদাহরণ :
আজিকালি শীলাই মোক নামাতে