সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
উদাহরণ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
সমার্থক : খিয়াল, খেয়াল, ভাব, মনোভাব
অর্থ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
উদাহরণ : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
সমার্থক : উগুল-থুগুল, খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনি, ভাৱনা
ইনস্টল