সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উতলি থকা ঘিউ বা তেলত দি ৰন্ধা
উদাহরণ : মীৰাই মাছ তেলত ভাজি আছে
সমার্থক : তেলত ভাজা
অর্থ : জুইৰ তাপত ভাজ খোৱা
উদাহরণ : গোমধানখিনি ভজা হʼল
সমার্থক : সেকা
অর্থ : পানীৰ নোহোৱাকৈ গৰম কৰি ৰন্ধা কার্য
উদাহরণ : ৰহিমে মাছ পুৰি আছে
সমার্থক : পোৰা, ভজা-পোৰা
অর্থ : জুইৰ গৰমত সিজোৱা
উদাহরণ : ৰামে ভজা চানা খাই আছে
ইনস্টল