সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
উদাহরণ : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
সমার্থক : ভাৰ
অর্থ : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
উদাহরণ : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
সমার্থক : বোজ, ভাৰ
অর্থ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
উদাহরণ : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
অর্থ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
উদাহরণ : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
ইনস্টল