অর্থ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
উদাহরণ :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
সমার্থক : ৰোৱা
অর্থ : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা
উদাহরণ :
কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো
সমার্থক : পচন্দ কৰা
অর্থ : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য
উদাহরণ :
মায়ে চাউল বাচি আছে