সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ঠাইৰ মাজৰ খালী অংশ
উদাহরণ : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
সমার্থক : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র
অর্থ : ছেদ কৰা কার্য
উদাহরণ : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
সমার্থক : ছেদন
অর্থ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
উদাহরণ : এই ঢোলকটো ফুটি থাকিল
সমার্থক : ফুটি থকা
অর্থ : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য
উদাহরণ : কলহটো ফুটিল
সমার্থক : ভগ্ন হোৱা
অর্থ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
উদাহরণ : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব
ইনস্টল