অর্থ : ধর্ম ্ গ্রন্থৰ দ্বাৰা স্বীকৃত এক সর্ব্বোচ্চ সত্তা, যি সৃষ্টিৰ গৰাকী
উদাহরণ :
ভগৱান সকলোতে আছে ঈশ্বৰ সর্বমংগলময়
সমার্থক : ইচ্ছাময়, ঈশ্বৰ, ওপৰৰজনা, কৰুণাময়, চিন্তামণি, জগজীউ, জগজীৱ, জগতস্রষ্টা, জগদীশ, জগদীশ্বৰ, জগৎপতি, জগৎপিতা, ত্রিজগতপতি, ত্রিলোকপতি, দয়াময়, ধাতা, নিয়ন্তা, নিৰাকাৰ, নেদেখাজনা, প্রভু, পৰমপিতা, পৰমব্রহ্ম, পৰমাত্মা, পৰমেশ্বৰ, পৰাৎপৰ, বিধাতা, বিধাতাপুৰুষ, বিভু, ভগৱান, ভবেশ, ভুৱনেশ্বৰ, মংগলময়, সৃষ্টি্কর্তা, ্অন্তর্যামী, ্জগৎকর্তা, ্সনাতন, ্সর্বমঙ্গলময়