সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন পুৰুষে প্রেম কৰে
উদাহরণ : মীতাই প্রেমিকৰ লগত পলাই গʼল
সমার্থক : দয়িত, প্রণয়াস্পদ, প্রেমপাত্র, প্রেমাস্পদ, প্রেমিক, প্রেমী, প্রেয়
অর্থ : ৰুচিৰ অনুকূল বা ভাল লগা
উদাহরণ : এইয়া মোৰ পচন্দৰ খাদ্য
সমার্থক : পচন্দৰ, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত, ৰুচিকৰ
অর্থ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
উদাহরণ : এইখন মোৰ অতি প্রিয় গ্রন্থ
সমার্থক : অভিৰুচি, পছন্দ, ভাল লগা, ৰুচি
ইনস্টল