সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
উদাহরণ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
সমার্থক : অট্টালিকা, ইমাৰত, কাৰেং, দালান, বাস্তু, ভৱন, মহল, সৌধ, হাউলি, হাবেলি
অর্থ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
উদাহরণ : ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
সমার্থক : অট্টালিকা
ইনস্টল