অর্থ : উদ্যোগৰ অধিক উন্নত কৰা বা সঠিকভাৱে চলোৱাৰ বিদ্যা
উদাহরণ :
আই. আই. টিত ঔদ্যোগিক শিক্ষা দিয়া হয়
সমার্থক : ঔদ্যোগিক
অর্থ : বৈজ্ঞানিক বা ব্যৱহাৰিক বিষয় যি বৈজ্ঞানিক সিদ্ধান্তৰ আধাৰত প্রতিষ্ঠিত অথবা তাৰে সৈতে সম্পর্কিত
উদাহরণ :
নেহৰুদেৱে ঔদ্যোগিক বিকাশ সাধনত অধিক গুৰুত্ব আৰোপ কৰিছিল
সমার্থক : ঔদ্যোগিক