অর্থ : জন্তু বা প্রাণীৰ উৎপত্তি, বিকাশ, স্বৰূপ আৰু সিহঁতৰ বিভিন্ন বিভাগ আদিৰ বিচাৰ-বিশ্লেষণ কৰা বিজ্ঞান
উদাহরণ :
প্রাণীবিজ্ঞান সুশান্তৰ প্রিয় বিষয়
সমার্থক : প্রাণীবিজ্ঞান
অর্থ : যি বিজ্ঞানত জীৱ-জন্তু আৰু বনস্পতি আদিৰ উৎপত্তি, স্বৰূপ, বিকাশ আৰু শ্রেণীবিভাজন আদিৰ বিশেষভাৱে অধ্যয়ন কৰা হয়
উদাহরণ :
মনীষদেৱ প্রাণীবিজ্ঞানৰ প্রৱক্তা
সমার্থক : জীৱ বিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান