অর্থ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে
উদাহরণ :
সমার্থক : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা, ৰগৰ
অর্থ : বিকশিত হোৱা অৱস্থা বা ভাব
উদাহরণ :
বাগিছাৰ সকলোপিনে প্রফুল্লতা বিৰাজ কৰিছে