সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়
উদাহরণ : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে
সমার্থক : নিচান
অর্থ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
উদাহরণ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
সমার্থক : চিন, চিহ্ন, নিচান, সংকেত
ইনস্টল