সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : স্থাপন বা প্রতিষ্ঠা কৰা কার্য
উদাহরণ : চকত গান্ধীজীৰ মূর্তিক স্থাপন কৰা হʼল
সমার্থক : স্থাপন
অর্থ : খ্যাত হোৱা অৱস্থা বা ভাব
উদাহরণ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
সমার্থক : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
অর্থ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
উদাহরণ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
সমার্থক : গঠন, স্থাপনা
ইনস্টল