অর্থ : পূর্ণ ্বা পূৰা হোৱা অথবা পূর্ণ ্হোৱা অৱস্থা বা ভাব
উদাহরণ :
আপোনাৰ অবিহনে এই কামটোৰ পূর্ণ্্তা অসম্ভৱ
সমার্থক : পূর্তি
অর্থ : সম্পূর্ণ ্হোৱা অৱস্থা বা ভাব বা যʼত একোৰে অভাৱ নাই
উদাহরণ :
এই সংস্থাটোৰ সম্পূর্ণ্্তাৰ কাৰণে শ্যামে বৰ পৰিশ্রম কৰিলে
সমার্থক : সম্পূর্ণ্্তা