সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সৰু আকাৰৰ জলাধাৰ বা খাল
উদাহরণ : তেওঁ পুখুৰীত মাছ মাৰি আছে
সমার্থক : ক্ষুদ্র সৰোবৰ, পুষ্কৰিনী
অর্থ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
উদাহরণ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
সমার্থক : খাল, জলাশয়, নাদ পুষ্কৰিণী, সৰসী, সৰোবৰ, হ্রদ
ইনস্টল