সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে পত্র আদি কাৰোবাৰ ওচৰলৈ লৈ যায়
উদাহরণ : আজি ৰাতিপুৱাই এজন পত্রবাহকে এই চিঠিখন দি গʼল
সমার্থক : পত্র-বাহক, হৰকৰা
অর্থ : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
উদাহরণ : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
সমার্থক : ডাকোৱাল, পিয়ন, পোষ্টমেন
ইনস্টল