সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম বা ব্যৱসায় আদি নিজৰ অধিকাৰত লোৱা বা নিজৰ তত্ত্বাৱধানত ৰাখি চলোৱা কার্য
উদাহরণ : নিজৰ দেউতাকৰ ব্যৱসায়ৰ ওপৰত ৰামৰ নিয়ন্ত্রণ আছে
অর্থ : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম
উদাহরণ : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী
সমার্থক : অংকুশ, বাধা
ইনস্টল