সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
উদাহরণ : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
সমার্থক : জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
অর্থ : সেনা বা পুলিচ আদিত নতুনকৈ ভর্তি হোৱা চিপাহী
উদাহরণ : ইয়াত নতুন চিপাহীক প্ৰশিক্ষিত কৰা হয়
সমার্থক : নতুন চিপাহী
ইনস্টল