সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু আদিৰ তলৰ অংশ
উদাহরণ : এই বাচনটোৰ তলিত ফুটা আছে
অর্থ : জলাশয়ৰ তলৰ ভূমি
উদাহরণ : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
সমার্থক : তল
অর্থ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
উদাহরণ : লোটাটোৰ তলিত গেদ জমা হৈছে
অর্থ : কোনো বস্তু আদিৰ তল অংশ
উদাহরণ : তেওঁ গছৰ তলিত বহি আছে
ইনস্টল