অর্থ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
উদাহরণ :
তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
সমার্থক : বিদ্রূপ কৰা, ব্যঙ্গ কৰা
অর্থ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
উদাহরণ :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
সমার্থক : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা
অর্থ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা
উদাহরণ :
ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়
সমার্থক : উপহাস কৰা
অর্থ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
উদাহরণ :
মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
সমার্থক : ব্যঙ্গ কৰা
অর্থ : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা
উদাহরণ :
পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল
সমার্থক : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া