সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
উদাহরণ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
সমার্থক : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
অর্থ : আসক্ত হোৱা ক্রিয়া বা ভাব
উদাহরণ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
সমার্থক : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
অর্থ : যিটো মোলায়েম নহয়
উদাহরণ : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল
সমার্থক : কঠিন, ্কর্কৰীয়া
অর্থ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
উদাহরণ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
সমার্থক : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন
অর্থ : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ
উদাহরণ :
সমার্থক : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা
অর্থ : যিটো শুনাত খহটা
উদাহরণ : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়
সমার্থক : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া
অর্থ : যিটো সোনকালে বুজি পোৱা নাযায়
উদাহরণ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
সমার্থক : অবোধগম্য, কঠিন, দুৰূহ
ইনস্টল